School Logo

Entrance Examination Application Form 2026

( প্ৰৱেশিকা পৰীক্ষা ২০২৬ ৰ বাবে আবেদন পত্ৰ )

Please fill all the required fields carefully

(অনুগ্ৰহ কৰি সকলো প্ৰয়োজনীয় ক্ষেত্ৰ সঠিকভাৱে পূৰণ কৰিব।)

Instructions for Applying for the Entrance Examination, 2026:

  1. Use a valid email ID to fill and submit the form.
  2. Select the class you are applying for (choose only one).
  3. Fill in all required details correctly.
  4. Upload the necessary documents in the given format.
  5. Check all information before submitting. Incomplete forms may be rejected.
  6. Submit the form only once.
  7. After completing the form, join our WhatsApp group using the provided link for important updates.
  8. For any questions, contact the school office.
  1. প্রপত্রখন পূৰ্ণ আৰু জমা দিবলৈ এটা বৈধ ইমেইল আইডি (Email ID) ব্যৱহাৰ কৰক।
  2. আপুনি আবেদন কৰিব বিচৰা শ্ৰেণীটো বাছনি কৰক (কেৱল এটা হে বাছনি কৰিব)।
  3. সকলো প্ৰয়োজনীয় তথ্য সঠিকভাৱে পূৰণ কৰক।
  4. প্ৰয়োজনীয় নথিপত্ৰসমূহ নিৰ্ধাৰিত ফৰ্মেটত আপলোড কৰক।
  5. জমা দিয়াৰ আগতে সকলো তথ্য পৰীক্ষা কৰি লওক। অসম্পূৰ্ণ আবেদন পত্ৰ নাকচ কৰা হ'ব পাৰে।
  6. আবেদন পত্ৰখন কেৱল এবাৰহে জমা দিব।
  7. প্ৰপত্ৰখন পূৰণ কৰাৰ পিছত, গুৰুত্বপূৰ্ণ আপডেটৰ বাবে দিয়া লিংকটো ব্যৱহাৰ কৰি আমাৰ হোৱাটচএপ (WhatsApp) গ্ৰুপত যোগদান কৰক।
  8. কোনো ধৰণৰ প্ৰশ্ন থাকিলে বিদ্যালয় কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰক।

Payment Information / পৰিশোধৰ তথ্য

Before submitting the application form, applicants are required to pay an application fee of INR 200 using any UPI payment application (such as Google Pay, Paytm, PhonePe, or others). Please make the payment by scanning the QR code provided.

After completing the payment:

  1. Save the payment receipt or screenshot clearly showing the transaction details.
  2. You will be required to upload this receipt in the designated section of the application form.
  3. Applications without a valid payment receipt will be considered incomplete.

আবেদন পত্ৰখন জমা দিয়াৰ আগতে, আবেদনকাৰীসকলে যিকোনো UPI পেমেন্ট এপ্লিকেচন (যেনে Google Pay, Paytm, PhonePe বা অন্য) ব্যৱহাৰ কৰি ২০০টকাৰ আবেদন মাচুল পৰিশোধ কৰিব লাগিব। অনুগ্ৰহ কৰি তলত দিয়া QR ক'ডটো স্কেন কৰি মাচুল পৰিশোধ কৰক।

পৰিশোধ সম্পূৰ্ণ কৰাৰ পিছত:

  1. লেনদেনৰ সবিশেষ স্পষ্টকৈ দেখা যোৱা পেমেন্ট ৰচিদ বা স্ক্ৰীণশ্বটটো সংৰক্ষণ কৰক।
  2. আবেদন পত্ৰৰ নিৰ্ধাৰিত অংশত আপুনি এই ৰচিদখন আপলোড কৰিব লাগিব।
  3. বৈধ পেমেন্ট ৰচিদ নোহোৱা আবেদনসমূহ অসম্পূৰ্ণ বুলি গণ্য কৰা হ'ব।
Payment QR Code